الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الشرح ৰ অনুবাদ
Verse 1
ﯝﯞﯟﯠ
ﯡ
আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে?
Verse 2
ﯢﯣﯤ
ﯥ
আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে?
Verse 3
ﭑﭒﭓ
ﭔ
যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল,
Verse 4
ﭕﭖﭗ
ﭘ
আৰু আমিয়েই তোমাৰ (মৰ্যদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছো।
Verse 5
ﭙﭚﭛﭜ
ﭝ
এতেকে দুখৰ লগতেই আছে সুখ
Verse 6
ﭞﭟﭠﭡ
ﭢ
নিশ্চয় দুখৰ লগতেই আছে সুখ।
Verse 7
ﭣﭤﭥ
ﭦ
এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা।
Verse 8
ﭧﭨﭩ
ﭪ
আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা।
تقدم القراءة