الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الكافرون ৰ অনুবাদ
Verse 1
ﭑﭒﭓ
ﭔ
কোৱা, ‘হে কাফিৰসকল !
Verse 2
ﭕﭖﭗﭘ
ﭙ
তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ,
Verse 3
ﭚﭛﭜﭝﭞ
ﭟ
আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,
Verse 4
ﭠﭡﭢﭣﭤ
ﭥ
আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা।
Verse 5
ﭦﭧﭨﭩﭪ
ﭫ
আৰু মই যাৰ ইবাদত কৰোঁ তোমালোকেও তাৰ ইবাদতকাৰী নহয়।
Verse 6
ﭬﭭﭮﭯ
ﭰ
তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।
تقدم القراءة