ع الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الكوثر ৰ অনুবাদ الترجمة الأسامية الترجمة الأسامية الذهاب لصفحة الكتاب Verse 1 ﮆﮇﮈ ﮉ নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ। Verse 2 ﮊﮋﮌ ﮍ এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কোৰবানী কৰা। Verse 3 ﮎﮏﮐﮑ ﮒ নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰীয়েই নিৰ্বংশ। تقدم القراءة تحميل المزيد عرض الكل