سورة الفلق

الترجمة الأسامية

الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الفلق ৰ অনুবাদ

الترجمة الأسامية

Verse 1
কোৱা, মই আশ্ৰয় বিচাৰো উষাৰ প্ৰতিপালকৰ।
Verse 2
তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,
আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,
আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,
আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।
تقدم القراءة