الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الإخلاص ৰ অনুবাদ
Verse 1
ﭑﭒﭓﭔ
ﭕ
কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয়,
Verse 2
ﭖﭗ
ﭘ
আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)
Verse 3
ﭙﭚﭛﭜ
ﭝ
তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই,
Verse 4
ﭞﭟﭠﭡﭢ
ﭣ
আৰু তেওঁৰ সমতুল্য কোনো নাই’।
تقدم القراءة