الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা القدر ৰ অনুবাদ
Verse 1
ﭴﭵﭶﭷﭸ
ﭹ
নিশ্চয় আমি ইয়াক লাইলাতুল ক্বদৰত অৱতীৰ্ণ কৰিছো;
Verse 2
ﭺﭻﭼﭽﭾ
ﭿ
তুমি কি জানিবা লাইলাতুল ক্বদৰ কি?
Verse 3
ﮀﮁﮂﮃﮄﮅ
ﮆ
লাইলাতুল ক্বদৰ এহেজাৰ মাহতকৈয়ো শ্ৰেষ্ঠ।
Verse 4
সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে।
Verse 5
ﮑﮒﮓﮔﮕ
ﮖ
শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে (শান্তি বিস্তৃত থাকে)।
تقدم القراءة